প্ৰেমৰ কবিতা ❤️
বহিৰ পৃষ্ঠা নষ্ট কৰি,..
লিখি গৈছো তোমাৰ, মোৰ প্ৰেম কাহিনী।
নীলা আছিলে চিয়াঁহীৰ টোপালখিনি,
তুমিয়েই মোৰ কবিতাৰ জোনাকজনী ।
চিটিকি পৰিল কিছু মধুৰ শব্দ
মোৰ উকা কাগজখনত,
উৰি অহা শব্দ ব্যৱহাৰ কৰি
লিখি দিলোঁ প্ৰেম স্বৰ্গীয় অনুভূতি
আছিলে আৰু কিছু কথা ।
নকৈ কৰিলোঁ সমাপ্ত মোৰ এই লিখা ।।
✍️বিশ্বনাথ বিশ্বাস (Biswanath 🤗)
সুন্দৰ মহাশয়
ReplyDeleteধন্যবাদ মহাশয় 🙏
Delete