My Blog List

Monday 9 January 2023

প্ৰেমৰ কবিতা ❤️

 বহিৰ পৃষ্ঠা নষ্ট কৰি,..

লিখি গৈছো তোমাৰ, মোৰ প্ৰেম কাহিনী।

নীলা আছিলে চিয়াঁহীৰ টোপালখিনি,

তুমিয়েই মোৰ কবিতাৰ জোনাকজনী ।

চিটিকি পৰিল কিছু মধুৰ শব্দ 

মোৰ উকা কাগজখনত,

উৰি অহা শব্দ ব্যৱহাৰ কৰি

লিখি দিলোঁ প্ৰেম স্বৰ্গীয় অনুভূতি

আছিলে আৰু কিছু কথা ।

নকৈ কৰিলোঁ সমাপ্ত মোৰ এই লিখা ।।

         ✍️বিশ্বনাথ বিশ্বাস (Biswanath 🤗)

Biswanath Biswas

প্ৰেমৰ কবিতা ❤️

 বহিৰ পৃষ্ঠা নষ্ট কৰি,.. লিখি গৈছো তোমাৰ, মোৰ প্ৰেম কাহিনী। নীলা আছিলে চিয়াঁহীৰ টোপালখিনি, তুমিয়েই মোৰ কবিতাৰ জোনাকজনী । চিটিকি পৰিল কিছু ...